IPL 2026 Important MCQs for ADRE 3.0, Assam Police, SSC & Railway Exams | Latest Current Affairs Questions and Answers
ADRE 3.0, Assam Police, SSC, Railway, Banking আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ IPL 2026 MCQ সমূহ ইয়াত দিয়া হৈছে। এই লেখাটোত IPL 2026 Winner, Runner-up, Orange Cap, Purple Cap, MVP Award, Emerging Player Award, Prize Money, Final Match Highlights আৰু বিভিন্ন Current Affairs ভিত্তিক প্ৰশ্ন-উত্তৰ সামৰি লোৱা হৈছে। অসম আৰু ভাৰতৰ সকলো চৰকাৰী চাকৰিৰ প্ৰাৰ্থীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ Sports Current Affairs Topic in English and Assamese. IPL ২০২৬ : গুজৰাট টাইটানছক পৰাস্ত কৰি RCB- ৰ দ্বিতীয় IPL খিতাপ অসমীয়া সংবাদত কিয় ? ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) ২০২৬ৰ ১৯তম সংস্কৰণ ৩১ মে ' ২০২৬ তাৰিখে সমাপ্ত হয়। ফাইনেলত গুজৰাট টাইটানছক পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB)- এ দ্বিতীয়বাৰৰ বাবে IPL খিতাপ জয় কৰে। মুখ্য তথ্যসমূহ IPL ২০২৬ৰ ফাইনেল ৩১ মে ' ২০২৬ তাৰিখে অনুষ্ঠিত হৈছিল। খেলখন গুজৰাটৰ আহমেদাবাদস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। RCB- এ গুজৰাট টাইটানছক ৫ উইকেটত পৰাস্ত কৰিছিল...